ৰাজভৱনৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীৰ মৃত্যু, আহত NKTV PLUSৰ সাংবাদিক

ৰাজভৱনৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মীৰ মৃত্যু। কন্দুৱা গেছ নিক্ষেপৰ ফলত মৃত্যু লোকজনৰ। মৃদুল ইছলাম নামৰ লোকজন কংগ্ৰেছৰ আইনী কোষৰ সদস্য। সংকটজনক অৱস্থাত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লোকজনক। আনফালে এই ঘটনাত আহত হৈছে কেইবাজনো সাংবাদিক। NKTV PLUSৰ সাংবাদিক কল্পজিৎ শইকীয়া, আচিক আহমেদ আহত। আন কেইবাজনো সাংবাদিক আহত হৈছে। সাংবাদিক ৰাজু বৰাও আহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...