মহানগৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান

মহানগৰীত STFৰ ড্ৰাগছ বিৰোধী অভিযান। STFৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া সোণা মিঞা। লতাশিলৰ কে কে ৰোডত অভিযান চলাই গ্ৰেপ্তাৰ ড্ৰাগছ মাফিয়াক। অভিযানত প্ৰায় ২১৫ গ্ৰাম হেৰ’ইন জব্দ। লগতে জব্দ ১ লাখ ৬ হাজাৰ ৭০০ টকা নগদ ধন। ধৃত ড্ৰাগছ মাফিয়াটোৰ ঘৰ বঙাইগাঁৱত। কে কে ৰোজৰ বিজয় সিং নামৰ এজনৰ ঘৰত ভাড়া আছিল মাফিয়াটো। এটা ম’বাইল ফোনো জব্দ কৰে STFএ। দীৰ্ঘদিনে গুৱাহাটীত ড্ৰাগছ সৰবৰাহৰে জড়িত আছিল সোণা মিঞা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...