কেতিয়াৰ পৰা আৰম্ভ হৈছিল অগ্নিনাভ শিৱ মন্দিৰ? 

বহু চৰ্চিত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ আকৌ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে নিশা অগ্নিনাভ শিৱ মন্দিৰত ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক অনাকাংক্ষিত ঘটনা। বৃহস্পতিবাৰে নিশা নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰত সংঘটিত হ’ল চুৰিকাণ্ড। চোৰে নিলে বাবা অগ্নিনাভৰ মূৰ্তি। ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই শিমলুগুৰি ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে মন্দিৰৰ মূল মূৰ্তিভাগ। মূৰ্তিসহ গ্ৰেপ্তাৰ হ’ল আৰিফ আলী। আনফালে বৰ্তমানেও পলাতক আন এটা চোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত NKTVতো সম্প্ৰচাৰ হৈছিল বাতৰি। শেহতীয়াকৈ NKTVৰ এক অনুষ্ঠানত ভাগ ল’লে মন্দিৰৰ স্বত্বাধিকাৰী শিখা মজিন্দাৰ বৰুৱাই। অনুষ্ঠানত বৰুৱাই মন্দিৰ সম্পৰ্কে উল্লেখ কৰিলে বহু কথা। আপুনি বাৰু অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে কিমান জানে? জানেনে কেতিয়াৰ পৰা আৰম্ভ হৈছিল অগ্নিনাভ শিৱ মন্দিৰ? চাওক কি ক’লে শিখা মজিন্দাৰ বৰুৱাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...