মাহীমাকৰ সৈতে মিলি পিতৃয়ে হত্যা কৰিলে ৯মহীয়া সন্তানক!

মুকালমুৱাৰ ঘৰুৱাবাহাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৃশংসভাৱে হত্যা কৰা ৯ মহীয়া শিশুক হত্যা। মাহীমাকৰ সৈতে মিলি পিতৃয়ে শিশুটিক হত্যা কৰাৰ অভিযোগ। পিতৃ ৰূপচান আলী, আৰু ২য় পত্নীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰূপচান আলীৰ প্ৰথমা পত্নীয়ে। মৃত শিশুটিৰ মাতৃৰ এজাহাৰৰ পিছতেই আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত ৰূপচান আৰু দ্বিতীয় পত্নীক।

Popular

More like this
Related

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰীৰ বাহন। চাংসাৰিৰ চৌকীগে’ট উৰণ...

সুতীক্ষ্ণ ড০ পৰিধি শৰ্মাৰ অপমৃত্যু!

ড০ পৰিধি শৰ্মা। অসমীয়া পাঠকৰ বাবে এটা পৰিচিত...

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা

পুনৰ GMCHত কন্যা সন্তান বিক্ৰীৰ ঘটনা। ৫ হাজাৰ টকাত...

ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই ব্ৰিটেইনৰ প্ৰখ্যাত...