বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ

বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। অনলাইন ট্ৰেডিঙত অভিযুক্ত আছিল বিশাল-স্বপ্ননীল। মুকলি আকাশৰ তললৈ দুই অনলাইন ট্ৰেডিঙৰ অভিযুক্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাত্ৰ ১৫ বছৰতে বিহাৰৰ ক্ৰিকেট দলৰ অধিনায়ক বৈভৱ সূৰ্যবংশী, সিদ্ধান্তক আদৰণি হৰভজন সিঙৰ

মাত্ৰ ১৫ বছৰ বয়সতে জ্যেষ্ঠ পৰ্যায়ৰ ক্ৰিকেটত অধিনায়কত্বৰ দায়িত্ব...

মিঠাই নহয়, দীপাৱলীত কৰ্মচাৰীক নগদ ১ লাখ টকাতকৈ অধিক উপহাৰ; বোনাচ পাই আনন্দৰ চকুলো কৰ্মচাৰীৰ

দীপাৱলীৰ আনন্দ দুগুণ কৰি তুলিলে গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ...