গোলাঘাটত বোমা উদ্ধাৰ

গোলাঘাটত বোমা উদ্ধাৰ। ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত এটা IED উদ্ধাৰ। গোপন খবৰৰ ভিত্তিত অন্তৰ্গত ৰঙাজান ​​টোলগে’টত অভিযান। গোলাঘাট জিলাত বিস্ফোৰণৰ পৰিকল্পনাৰে নাগালেণ্ডৰ পৰা আনিছিল IED। দুজনক আটক কৰি সোধা-পোছা কৰিছে আৰক্ষীয়ে। আটকাধীন দুয়োজন ANLAৰ প্ৰাক্তন সদস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...