ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট

ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট। পুৱা ৮.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ। ADR পৰীক্ষাৰ বাবে দেওবাৰে ৰাজ্যজুৰি কৰ্তন ইণ্টাৰনেট। পুৱা ৮.৩০ বজাৰ পৰা আবেলি ৪ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্ত চৰকাৰৰ। অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে জাৰি কৰিলে এই নিৰ্দেশনা। ৰাজ্যৰ ২৮ জিলা সামৰি অনুষ্ঠিত হ’ব ADR পৰীক্ষা।

Popular

More like this
Related

সাগৰীয় ঘূৰ্ণি ডানাই জোকাৰিছে পশ্চিমবংগ আৰু ওড়িষ্যাক

উন্মত্ত সাগৰৰ উত্ৰাৱল ঢৌৱে সৃষ্টি কৰিছে প্ৰাকৃতিক প্ৰলয়ৰ। সাগৰীয়...

বহু বছৰৰ পাছত, বহু দশকৰ পাছত… যোৰহাটত আমেৰিকাৰ ‘কিম ডগছন’

চন ১৯৫৭। স্থান যোৰহাট। সুদূৰ আমেৰিকাৰ নিউজাৰ্চি চহৰৰ পৰা...

‘ডানা’ৰ শেহতীয়া খবৰ কেৱল NKTV PLUSত

বংগোপ সাগৰত নিম্নচাপৰ ফলত সৃষ্টি ধুমুহা জাকে দুৰ্বাৰ গতিত...

জীৱশ্ৰেষ্ঠৰ নিকৃষ্টতাই হতভম্ব কৰিব আপোনাকো

কিমান মনত গৰল থাকিলে মানুহে এনে কৰিব পাৰে? কিমান...