এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা

জন্ম-মৃত্যু-বিবাহ কেতিয়া আহে কোনেও নাজানে। এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা। দুখনকৈ ঘৰ, দুটা পৰিয়াল, দুখন গাঁৱে কান্দিছে। বিয়ালৈ ৩টা দিন বাকী থকা অৱস্থাত দৰাৰ মৃত্যু। শোকাকুল, শোকস্তব্ধ সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১১৩ বছৰৰ পিছত যুদ্ধবীৰৰ শেষকৃত্য! ৮০ বছৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হৈ আছিল কংকাল

মাত্ৰ ১০ পাউণ্ডত বিক্ৰী কৰা হৈছিল জাৰ্মান যুদ্ধবীৰৰ কংকাল,...

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি...

৯ বছৰৰ অভিলেখ ভংগ! দীপাৱলীৰ ট্ৰেডিঙত লোকচানৰ সন্মুখীন শ্বেয়াৰ বজাৰ

দীপাৱলীৰ পৱিত্ৰ ক্ষণত নতুন বিত্তীয় বৰ্ষ ‘সম্বৎ ২০৮৩’ৰ আৰম্ভণি...