ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ

হেজবোল্লাৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ। মঙলবাৰে নিশা ৪ শতাধিক বেলেষ্টিক মিছাইলেৰে ইৰানে আক্ৰমণ চলালে ইজৰাইলক। ইৰানৰ ওপৰত প্ৰতিশোধৰ হুংকাৰ দিছে নেতানেহ্যুৱে। আমেৰিকায়ো ইজৰাইলৰ সহায়ৰ বাবে প্ৰেৰণ কৰিছে সেনা। ইৰানে মাৰাত্মক ভুল কৰিলে বুলি সকীয়াই দিলে ইজৰাইলে। ইৰানে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণে বিশ্বযুদ্ধৰ শংকা বৃদ্ধি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...