ৰাজ্য চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা

ৰাজ্য চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা। ৩য় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ আৰু ২৯ ছেপ্টেম্বৰত। ৪ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৭ অক্টোবৰত। ১৮ লাখ ৫০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৩য় বৰ্গৰ পৰীক্ষাত। ১৩ লাখ ৭০ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৪ৰ্থ বৰ্গৰ পৰীক্ষাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...