মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা

মহানগৰীত সোমবাৰে বাহন চলাচলক লৈ নতুন নিৰ্দেশনা। চাইকেল ফেক্টৰীৰ ফ্লাই অভাৰৰ কামৰ সম্প্ৰসাৰণৰ বাবে পথ পৰিৱৰ্তন । বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ হ’ব ৱান ৱে । আৰ্য নগৰৰ পৰা অহা বাহন বিৰুবাৰী তিনিআলিহৈ বৰ্ষাপাৰা অভিমুখে যাত্ৰাৰ অনুমতি । কাম সম্পূৰ্ণ হোৱাৰ পিছত বিৰুবাৰী পইণ্টৰ পৰা চাইকেল ফেক্টৰীলৈ যাতায়াত খুলি দিয়া হ’ব। লালগণেশৰ পৰা চাইকেল ফেক্টৰী দিশলৈ অহা যান-বাহন বৰ্ষাপাৰা ষ্টেডিয়ামৰ মুখেৰে ধীৰেনপাৰা তিনিআলিলৈ যাব লাগিব। তাৰ পৰা বাহনসমূহে ৰাষ্ট্ৰীয় ঘাইপথ অথবা আমবাৰী তিনিআলিলৈ আহিব পাৰিব। যান-বাহন শাখাৰ উপ-আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...