উভতি নাহিল শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰ

শদিয়াৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। অৰুণাচলৰ কালিখোলা নামৰ স্থানৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো। অপহৰণ হোৱা স্থানৰ সমীপতে পোৱা গ’ল মৃতদেহ। প্ৰায় ৮০০ মিটাৰ দুৰৈত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰৰ নিথৰ দেহটো। আজি পুৱা ৪ বজাত অৰুণাচল আৰক্ষীয়ে গাঁতৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। ছাত্ৰজনক অপহৰণ কৰা দিনাই অৰ্থাৎ ২২ জুলাই তাৰিখেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...