ঘৰলৈ বাবা আহিলেই সাৱধান হওক! ভণ্ড বাবাই মুহূৰ্ততে সৰ্বস্বান্ত কৰিব পাৰে আপোনাক

বাটে-পথে পিটপিটাই ফুৰা বাবাক দেখিলেই সাৱধান হওক। ভণ্ড বাবাই মুহূৰ্ততে সৰ্বস্বান্ত কৰিব পাৰে আপোনাক। এইবাৰ দুই ভণ্ড বাবাৰ ভয়ংকৰ কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলাৰ পৰা লুটি নিলে ৪ লাখ টকা সোণৰ আ-অলংকাৰ।

ঘটনা ডিব্ৰুগডৰ। ডিব্ৰুগড়ৰ ডিকম নাহৰতলী গ্ৰান্ট গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দুই ভণ্ড বাবাই লুটিলে ৪ লাখ টকা সোণৰ আ-অলংকাৰ। প্ৰদীপ বাল্মিকী নামৰ লোকজনৰ ঘৰত এই ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰদীপ বাল্মিকীৰ পত্নীৰ পৰা লুটিলে আ-অলংকাৰ। তাৰপাছতেই পলায়ন কৰে দুই ভণ্ড বাবাই। ইতিমধ্যে চিচি টিভিত ধৰা পৰিছে এজন ভণ্ড বাবাৰ চেহেৰা। দুয়োৰে বিৰুদ্ধে ডিকম আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ। কেমেৰাৰ আগত প্ৰদীপ বাল্মিকীৰ পত্নীয়ে বিৱৰি ক’লে সমগ্ৰ ঘটনাৰ বিষয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...