ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ জীৱনৰ ১১টা তথ্য

টীম ইণ্ডিয়াৰ পুৰুষ দলত স্থান লাভ কৰা প্ৰথমজন অসমীয়া

২০১৮ৰ অনুৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলত আছিল ৰিয়ান

২০২২-২৩ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল

জম্মু-কাশ্মীৰৰ বিৰুদ্ধে সৰ্বাধিক ১৭৪ ৰান সংগ্ৰহৰ কৃতিত্ব ৰিয়ানৰ

ৰঞ্জী ট্ৰফীৰ খেলত হায়দৰাবাদৰ বিৰুদ্ধে ৮টা উইকেট সংগ্ৰহ কৰিছিল

২০২৩ৰ দেওধৰ ট্ৰফীত ‘প্লেয়াৰ অৱ দ্য চিৰিজ’ সন্মান লাভ কৰিছিল

২০১৯ত প্ৰথমবাৰলৈ ৰাজস্থান ৰয়েলছৰ হৈ IPLত খেলিছিল ৰিয়ান পৰাগে

২০২৩ বৰ্ষৰ মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল ৰিয়ানে

T-20 ক্ৰিকেটত একেৰাহে সাতটা অৰ্ধশতক অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ

IPLত অৰ্ধশতক অৰ্জনকাৰী সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে গঢ়িছিল অভিলেখ

২০০১ চনৰ ১০ নৱেম্বৰত জন্ম, মাতৃ মিঠু বৰুৱা, পিতৃ পৰাগ দাস

    NKTV Digital
    Author: NKTV Digital

    Popular

    More like this
    Related

    বৰপেটাত NIAৰ অভিযান; ৬ সন্দেহজনক জেহাদী গ্ৰেপ্তাৰ

    ৰাজ্যৰ কেইবাটাও স্থানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই সন্দেহজনক জেহাদী...

    গুৱাহাটী মহানগৰীৰ আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত; খেদি খেদি গ্ৰেপ্তাৰ ডকাইতৰ দল

    মহানগৰ আৰক্ষীৰ জালত ৩ দুধৰ্ষ ডকাইত। ছয়মাইলৰ পৰা খেদি...

    মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু SIRক লৈ আবেদন; অহা সপ্তাহত শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

    মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ কাৰ্যপ্ৰণালী আৰু দেশজুৰি...