কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় এজন যুৱক। পুৱতি নিশা কাছাৰৰ লক্ষীপুৰ শিবপুৰত এই এনকাউণ্টাৰ। গুৰুতৰভাৱে আহত মান্নান আলী নামৰ এজন যুৱক। হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতীক পলুৱাই লৈ গৈছিল মান্নানে। ঘটনাক কেন্দ্ৰ কৰি ২ সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল সংঘাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছিল আৰক্ষীৰ দল। পিছত আৰক্ষীয়ে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ অভিযুক্ত যুৱকজনক। পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি যুৱকজনে কৰে পলায়নৰ চেষ্টা। আৰক্ষীয়ে যুৱকজনক বাধা দিয়াৰ উদ্দেশ্যে কৰে গুলীচালনা।
ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় মান্নান আলী। আৰক্ষীয়ে গুলীবিদ্ধ যুৱকজনক ততাতৈয়াকৈ SMCHত ভৰ্তি কৰায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...