মক্কাত পদপিষ্ট হৈ মৃত্যু অসমৰ ৩ হজযাত্ৰীৰ

আজি পৱিত্র ঈদ। সমূহ ঈছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ। কিন্তু ঈদৰ মাজতেই আহিছে এটা দু:খবৰ। মক্কাত পদপিষ্ট হৈ মৃত্যু হৈছে অসমৰ ৩জনকৈ হজযাত্ৰীৰ। পৱিত্র হজ পালন কৰিবলৈ গৈ মৃত্যু হজযাত্ৰী ৩গৰাকীৰ। দেওবাৰে মক্কাৰ মিনাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো। মিনাৰ চফাৰ ময়দানত প্ৰচণ্ড ভিৰত পদপিষ্ট হৈ মৃত্যু হয় তেওঁলোকৰ। কাছাৰৰ বৰখলাৰ মৌলানা ছইফ উদ্দিন বৰভূঞাৰ মৃত্যু, মৃত্যু হাইলাকান্দিৰ চান্দপুৰ গাঁৱৰ ছালেহা বেগম বৰভূঞাৰ, বৰপেটাৰ জৰিনা বেগম নামৰ হজযাত্ৰীগৰাকীৰো মৃত্যু। ৩ হজযাত্ৰীৰ মৃতদেহ স্থানীয় হাস্পতালৰ মর্গত ৰাখিছে ছৌদি প্রশাসনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...