লিমকা বুক অফ ৰেৰ্কডছত নাম সন্নিৱিষ্ট হ’ল ভাৰতীয় ৰে’লৱেৰ

লিমকা বুক অফ ৰেৰ্কডছত নাম সন্নিৱিষ্টি হ’ল ভাৰতীয় ৰে’লৱেৰ। ২০০০ৰো অধিত স্থানত অনুষ্ঠিত কৰা জনসেৱা অনুষ্ঠানত ৪০ লাখ ১৯ হাজাৰৰো অধিক লোকৰ সমাগমেৰে ভাৰতীয় ৰে’লৱেই এই অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। চলিত বৰ্ষৰ যোৱা ২৬ ফেব্ৰুৱাৰীত ৰে’ল মন্ত্ৰ্যালয়ে ৰে’ল দলঙৰ ওপৰত পথৰ উদ্বোধন আৰু ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই জনসেৱা অনুষ্ঠানৰ আয়োজন কৰিছিল।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...