২০২৪-২৫ নাট্যবৰ্ষত কোন থিয়েটাৰত কোন শিল্পী?

ইতিমধ্যে সামৰণি পৰিল অসমৰ ভ্ৰাম্যমাণ নাট্যদল সমূহৰ ২০২৩–২৪ বৰ্ষৰ নাট্যযাত্ৰা। আৰম্ভ হৈছে ২০২৪–২৫ বৰ্ষৰ বাবে নাট্যদলসমূহৰ প্ৰস্তুতি। পছন্দৰ অভিনেতা–অভিনেত্ৰীসকলক ইতিমধ্যেই চুক্তিৱদ্ধ কৰাইছে নাট্যদলসমূহে। পিছে এইবাৰ কোন কোন অভিনেতা–অভিনেত্ৰী কোন কোন নাট্যদলত থাকিব?

কোন থিয়েটাৰত কোন শিল্পী?
আৰম্ভ হৈছে ২০২৪-২৫ নাট্যবৰ্ষৰ প্ৰস্তুতি
কোন কোন থাকিব ক’ত?
সুদীৰ্ঘ ৬ বছৰৰ পিছত ভ্ৰাম্যমাণলৈ যতীন বৰা
নিজ নাট্যদল ‘আৱাহন’তে থাকিব ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি
পুনৰ ‘আৱাহন’তে থাকিব সঞ্জীৱ শৰ্মা
নতুন অভিনেতা-অভিনেত্ৰীক লৈ সাজু হেঙুল থিয়েটাৰ
থাকিব নতুন প্ৰজন্মৰ কমললোচন, নিৰুপম
হেঙুলত থাকিব বলিষ্ঠ অভিনেতা মহেশ বৰা
নতুন নাট্যদল ‘ৰাজধানী থিয়েটাৰ’ত ট্ৰেজেডী কিং মৃদুল ভূঞা
‘ৰাজমুকুট’ এৰি ‘সূৰ্য থিয়েটাৰ’লৈ উৎপল দাস
‘ৰাজমুকুট’ত প্ৰসেনজিৎ, গুঞ্জন ভৰদ্বাজ, চিন্ময় কটকী, যোগেশ কাশ্যপ
নতুন নাট্যদল ‘ৰাজলক্ষ্মী থিয়েটাৰ’ত থাকিব চম্পক শৰ্মা
নতুন নাট্যদল ‘কলাগুৰু থিয়েটাৰ’ত অৰূপ বৈশ্য, পদ্মৰাগ গোস্বামী
‘বৃন্দাবন থিয়েটাৰ’ত শক্তিশালী অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ৰাতুল দাস
এদল নতুন অভিনেতা-অভিনেত্ৰীক লৈ সাজু ‘কহিনুৰ থিয়েটাৰ’
কহিনুৰত প্ৰীতম বৰুৱা, ঋষভ শৰ্মা, জেৰিনা বৰুৱা
২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু প্ৰতিটো নাট্যদল
এইবাৰ নাথাকিব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, তপন দাস

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...