২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ
প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১৬.৬৩ কোটি
সাজু ২১ ৰাজ্যৰ ১.৮৭ লাখ ভোটকেন্দ্ৰ
প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
ভোটকেন্দ্ৰসমূহত নিয়োগ ১৮ লাখ কৰ্মচাৰী
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুৰুষ ভোটাৰ ৮.৪০ কোটি
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা ভোটাৰ ৮.২৩ কোটি
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত তৃতীয় লিংগৰ ভোটাৰ ১১,৩৭১ গৰাকী
প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰৰ সংখ্যা ৩৫.৬৭ লাখ
২০-২৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা প্ৰায় ৩.৫১ কোটি
প্ৰথম পৰ্যায়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ১৬২৫ গৰাকী
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ১৪৯১ জন
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ সংখ্যা ১৩৪ গৰাকী
৫০ শতাংশ ভোটকেন্দ্ৰত আছে ৱেবকাষ্টিঙৰ ব্যৱস্থা
আটাইবোৰ সমষ্টিত নিয়োগ মুঠ ৩৬১ গৰাকী নিৰীক্ষক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...