ব্যস্ত ৰাজপথত ট্ৰেফিক পুলিচৰ কাণ্ড

ক্ষমতাই যেন বলিয়া কৰিলে এজন যান-বাহন আৰক্ষীক। শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ই তাকেই প্ৰমাণ কৰিলে। এইবাৰ এজন যান-বাহন আৰক্ষীয়ে সংঘটিত কৰিলে এক গৰ্হিত কাণ্ড। ব্যস্ত ৰাজপথতেই যুৱকক চৰ সোধালে যান-বাহন আৰক্ষীজনে। নাগাঁৱৰ জিতুমণি হাজৰিকাৰ বিৰুদ্ধে যুৱকক চৰিওৱাৰ অভিযোগ। সম্প্ৰতি এই ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...