১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী

১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নলবাৰীত বৰপেটাৰ অগপ প্ৰাৰ্থী ফনীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। একেদিনাই ডিব্ৰুগড়, যোৰহাটত দুখন নিৰ্বাচনী সভাত অংশ ল’ব ৰাহুল গান্ধীয়ে। যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ ১১ বজাত ৰাহুলৰ নিৰ্বাচনী সভা। দিনৰ ১ বজাত ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...