- গুৱাহাটীত নামজাৰি জালিয়াতি কাণ্ডত গ্ৰেপ্তাৰ অধিবক্তা
- ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাকিৰ ওজাক
- আৰক্ষীয়ে সোণাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে জাকিৰ ওজাক
- মৃত লোকৰ নামত ভূমিৰ নামজাৰিৰ চুক্তি কৰিছিল অভিযুক্ত অধিবক্তাজনে
- মাটি বিক্ৰীৰ ভুৱা চুক্তিপত্ৰ প্ৰস্তুত কৰাৰ অভিযোগ অধিবক্তাজনৰ বিৰুদ্ধে
- ১৯৮৫তে মৃত্যু হোৱা লোকৰ নামত ২০০৫ বৰ্ষত কৰিছিল ভূমিৰ নামজাৰি
- 03/2024 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ পলাতক জাকিৰ ওজাক
- উপ পঞ্জীয়ক, চক্ৰ বিষয়াক মেনেজ কৰি ভুৱা নামজাৰিৰ তথ্য লাভ আৰক্ষীৰ
- একেটা গোচৰতে পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ACS লক্ষ্যজ্যোতি দুৱৰীয়াক
- ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব উপ-পঞ্জীয়ক নিহাৰেন্দ্ৰ থাওছেনকো
- আৰক্ষীয়ে আদালতত হাজিৰ কৰে ধৃত অধিবক্তা জাকিৰ ওজাক