ভয়াৱহ অগ্নিকাণ্ডত ৪৩ জনকৈ লোকৰ কৰুণ মৃত্যু

বাংলাদেশত নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৪৩ জনকৈ লোকৰ মৃত্যু হয়। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ৪০জনকৈ আবাসী। বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। ৭ মহলীয়া এটা অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা।। নিমিষতে অট্টালিকাটো ছানি ধৰে জুয়ে। অট্টালিকাত বসবাস কৰা অধিকাংশ লোকৰে মৃত্যু। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...