ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত

ৰাজ্যিক বিজেপিৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা ৰাষ্ট্ৰীয় নেতৃত্বৰ টেবুলত
সাম্ভাৱ্য প্ৰাৰ্থী তালিকাত ৰথী-মহাৰথীৰ নাম
সৰ্বানন্দ সোণোৱালক বিচাৰিছে ৩টা সমষ্টিৰ কাৰ্যকৰ্তাই
গুৱাহাটী, ডিব্ৰুগড় আৰু লখিমপুৰে বিচাৰিছে সোণোৱালক
ডিফুত হ’ব পাৰে মহিলা প্ৰাৰ্থী নন্দিতা গাৰ্লোছা
সাংসদ হৰেণ সিং বে’ৰ বিকল্প হ’ব পাৰে অমৰসিং তিছো
শোণিতপুৰৰ প্ৰাৰ্থী হ’ব পাৰে বিধায়ক ৰঞ্জিত দত্ত
শিলচৰৰ পৰা নিৰ্বাচন খেলিব পাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
যোৰহাটত তপন গগৈয়ে পুনৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা
নগাঁৱক লৈ এতিয়াও অনিশ্চয়তাত বিজেপি
দৰং-ওদালগুৰিত দিলীপ শইকীয়াৰ ভাগ্য পুনৰ উদয় হোৱাৰ সম্ভাৱনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...