ৰাজ্যত এয়া হৈছে কি? ক’ত হেৰাইছে কিশোৰী

ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটিছে কিশোৰী নিৰুদ্দেশৰ ঘটনা। নাৰায়ণপুৰৰ মেৰমুখতো নিৰুদ্দেশ ২ কিশোৰী। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী দুগৰাকী । চাপৰিত সৰিয়হ তুলিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ ২ কিশোৰী৷ কেৰালাত আৱদ্ধ হৈ থকা বুলি পৰিয়ালক ফোনযোগে জনাইছে ২ কিশোৰীয়ে। কিশোৰী দুগৰাকী মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ ৷ ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...