চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান যমুনামুখ আৰক্ষীৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান যমুনামুখ আৰক্ষীৰ। অভিযানত হোজাইৰ পৰা আটক কৰা হয় ৩ চাইবাৰ অপৰাধীক। চক্ৰটোৱে হেক কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰৰ চৰকাৰী একাউন্ট। কেৱল সেয়াই নহয়, চক্ৰটোৱে হৰলুকি কৰিছিল প্ৰায় ১ কোটি ২০ লাখ টকা। ধৃত অপৰাধী কেইটা ছামুছু জামান, মোবাৰক হুছেইন, ছফিকুৰ ৰহমান ৷ চাইবাৰ অপৰাধীৰ মাষ্টাৰমাইণ্ড আছিল ছামছু জামান৷ ছামছু জামান এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ৷ ৩ চাইবাৰ অপৰাধীক গতাই দিয়ে মেৰাঝাৰ আৰক্ষীক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...