গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

গ্ৰেপ্তাৰ কৰা হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীজনে। পদত্যাগৰ পাছতে গ্ৰেপ্তাৰ কৰা হ’ল মন্ত্ৰীজনক। ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ দাখিল হেমন্ত ছোৰেনৰ। চম্পাই ছোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। ভূমি কেলেংকাৰিৰ গোচৰত EDএ গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী ছোৰেনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET UG পুনঃপৰীক্ষাৰ বাবে টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞা; দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম

NEET UG পৰীক্ষাৰ পূৰ্বে চৰকাৰে অস্থায়ীভাৱে টেলিগ্ৰাম নিষিদ্ধ কৰাৰ...

কফ চিৰাপ কিনাৰ বাবেও লাগিব চিকিৎসকৰ প্ৰেছক্ৰিপছন

এতিয়াৰে পৰা কফ চিৰাপ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জাৰি কৰা হৈছে...

বুধবাৰৰ দিনটো মেছিৰ বাবে উল্লেখযোগ্য; এইবাৰৰ বিশ্বকাপ মেছিৰ বাবে অন্তিম বিশ্বকাপ হ’ব নেকি?

চলি আছে বিশ্বকাপ ফুটবল। এতিয়াও খেলপথাৰত নমা নাই বিশ্বকাপৰ...