সাৱধান! গুৱাহাটী মহানগৰীত অপহৰণকাৰীৰ টিঘিলঘিলনি

এইবাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড। গুৱাহাটী ষ্টেচনৰ পৰা অপহৰণ কৰা হৈছে এগৰাকী যুৱতীক। পৰিয়ালৰ সৈতে বাংগালুৰুৰ পৰা আহি আছিল যুৱতীগৰাকী। ট্ৰেইনত থকা দুর্বৃত্তই যুৱতীগৰাকীক অপহৰণ কৰাৰ অভিযোগ। এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকলৈ আহিছে ভাবুকি ভৰা ফোন। যুৱতীগৰাকীৰ পিতৃৰ নাম চুহাগ উদ্দিন বুলি জানিব পৰা গৈছে। যুৱতীগৰাকী ঘৰ কৰিমগঞ্জত। যুৱতীগৰাকীৰ সন্ধানত অব্যাহত আছে আৰক্ষীৰ তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্ৰী শ্ৰী ৰবি শংকৰ বিদ্যা মন্দিৰ ন্যাসৰ বৰ্ষশ্ৰেষ্ঠ বঁটা ঘোষণা

বেংগালুৰুত অৱস্থিত আট অৱ লিভিংঙৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰবি...

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...