মৰ্মান্তিক! এটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৬জনকৈ লোকে

ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনাই দেশ জোকাৰি যোৱাৰ সময়তে আন এক দুৰ্ঘটনাই দেশ জোকাৰি গৈছে। এইবাৰ সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাতো সংঘটিত হৈছে জম্মু কাশ্মীৰত। জম্মু কাশ্মীৰৰ ডোডাত চেনাব নদীত পৰিল এখন যাত্ৰীবাহী বাছ। এই মৰ্মান্তিক দুৰ্ঘটনাতোৰ ফলত ৩৬জন লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৯জন লোক। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক। এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...