বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীলৈ দয়াল কৃষ্ণ বৰা স্মাৰক বঁটা

বিশিষ্ট সাংবাদিক, সাহিত্যিক মনোজ কুমাৰ গোস্বামীলৈ দয়াল কৃষ্ণ বৰা স্মাৰক বঁটা। ১ জুলাইত মৰিগাঁৱত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা। বঁটা প্ৰদান কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। স্বেচ্ছাসেৱী সংগঠন সহায়, অসমৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব এই বঁটা।

সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱাসকলক সহায়, অসমে প্ৰদান কৰি আহিছে এই বঁটা। ইয়াৰ পূৰ্বে কনকসেন ডেকা, ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীকো প্ৰদান কৰা হৈছিল এই বঁটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...