কোনে চকলেট উপহাৰ দিলে ধোনীক?

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে ধোনীৰ এটা ভিডিঅ’। য’ত তেওঁক দেখিবলৈ পোৱা গৈছে এখন বিমানৰ ভিতৰত। এগৰাকী এয়াৰ হোষ্টেছে ধোনীক চকলেট উপহাৰ দিয়া পৰিলক্ষিত হৈছে।

বিমানখনত কৰ্মৰত এগৰাকী এয়াৰ হোষ্টেছে ধোনীলৈ আগবঢ়াই দিয়ে বহু কেইটা চকলেট। ইয়াৰ মাজৰ পৰা ধোনীয়ে তুলি লয় এটা চকলেটৰ পেকেট। তেখেতৰ সৰলতাই এতিয়া মুগ্ধ কৰিছে সকলোকে। সচাঁকৈয়ে একক আৰু অনন্য তেখেত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...