অৰণ্য সুৰক্ষা সমিতি অসমৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচী ৰূপায়ন

আজি ১৯ জুন, এই দিনটোতেই প্ৰকৃতি সুৰক্ষাৰ মহান উদ্দেশ্য বুকুত বান্ধি আৰম্ভ হৈছিল অৰণ্য সুৰক্ষা সমিতি -অসম। এই প্ৰকৃতি সুৰক্ষা সংস্থাটিৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। বিগত ২৮টা বছৰে অৰণ্য সুৰক্ষা সমিতি- অসমে অহৰ্নিশে কাম কৰি আহিছে ধুনীয়া ধৰণীৰ স্বাৰ্থত।

আজি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচী ৰূপায়ন কৰা হয়, যিহেতুকে ৰাজ্যত যথেষ্ট পৰিমাণে হ্ৰাস পাইছে থলুৱা প্ৰজাতিৰ মাছ। বিলাসীপাৰাৰ হাকাম বিলত আয়োজন কৰা হয় এই বিশেষ কাৰ্যসূচীৰ। ইয়াৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত গছ পুলি ৰোপণৰ লগতে বিশেষ বিশেষ স্থানত বিভিন্ন গছৰ বীজ সিঁচা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ।...

পেহেলগামৰ আক্ৰমণৰ পিছতে পুনৰ জম্মু-কাশ্মীৰত শোকৰ ছাঁ; নিহত ৩জন জোৱান

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত ভয়াৱহ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ তিনিজন জোৱানৰ...

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

পঞ্জাৱৰ অমৃতসৰত এক গোপনীয় গুপ্তচৰবৃত্তি বিৰোধী অভিযানত পঞ্জাৱ আৰক্ষীয়ে...

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...