‘কোহলি-গম্ভীৰক কঠোৰ শাস্তি প্ৰদান কৰক BCCIয়ে’

লক্ষ্ণৌত দুই তাৰকা খেলুৱৈ বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত হোৱা তীব্ৰ বাকযুদ্ধই লাভ কৰিছে সৰ্বত্ৰ চৰ্চা। চৰ্চাৰ লগতে কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে গম্ভীৰ আৰু কোহলি। দয়ো খেলুৱৈকে কেৱল জৰিমনা নহয়, IPLৰ পৰা নিষিদ্ধ কৰবলৈ আহ্বান জনাইছে এজন কিংবদন্তী ক্ৰিকেটাৰে। কোন এইজন প্ৰাক্তন ক্ৰিকেটাৰ?

‘কেৱল জৰিমনা নহয়, কোহলি-গম্ভীৰক IPLৰ পৰা নিষিদ্ধ কৰক’
‘কোহলি-গম্ভীৰক কঠোৰ শাস্তি প্ৰদান কৰক BCCIয়ে’
এই আহ্বান আমাৰ নহয়, কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ
কোহলী-গম্ভীৰৰ বাকযুদ্ধক লৈ এতিয়াও উত্তাল ক্ৰিকেট বিশ্ব
কোহলী-গম্ভীৰৰ বাকযুদ্ধক লৈ এতিয়াও উত্তাল ক্ৰিকেট বিশ্ব
তীব্ৰ ভাষাৰে গৰিহণা দিছে সুনীল গাভাস্কাৰে
BCCIক শক্তিশালী ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে গাভাস্কাৰে
কোহলি আৰু গম্ভীৰৰ ১০০ শতাংশ মেচ ফী কৰ্তন কৰা হৈছিল
নবীন-উল-হকৰো ৫০ শতাংশ মেচ ফী কৰ্তন
কোহলিয়ে প্ৰায় ১.০৭ কোটি টকা জৰিমনা ভৰিব লাগিব
গম্ভীৰে প্ৰায় ২৫ লাখ টকা জৰিমনা ভৰিব লাগিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...