জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠকত একাধিক সিদ্ধান্ত

জনতা ভৱনত সম্পন্ন কেবিনেট বৈঠকত একাধিক সিদ্ধান্ত। সাগৰমালা আঁচনিৰ অধীনত ৫টাকৈ তীৰ্থস্থান ফেৰী সেৱাৰে সংযোগৰ সিদ্ধান্ত। বৰছলাত স্থাপন হ’ব ৫০ মেগাৱাটৰ ছ’লাৰ পাৰ্ক। ৰাজ্যৰ ৪৪লাখ পৰিয়ালৰ ঘৰত সংলগ্ন হ’ব বিদ্যুতৰ স্মাৰ্ট মিটাৰ।

  • জনতা ভৱনত কেবিনেট বৈঠক
  • মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল
  • সদৰী কৰিলে কেবিনেট বৈঠকৰ সিদ্ধান্ত
  • কেবিনেটত পৰ্যটন ক্ষেত্ৰৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • সাগৰমালা আঁচনিৰে ৫ তীৰ্থস্থান সংযোগৰ সিদ্ধান্ত
  • কামাখ্যা, অশ্বক্লান্ত, উমানন্দ লৈ ফেৰীৰ ব্যৱস্থা
  • পাণ্ডুনাথ আৰু দৌলগোবিন্দলৈও ফেৰীৰ ব্যৱস্থা
  • ফেৰীৰ জৰিয়তে তীৰ্থস্থান ভ্ৰমণৰ ব্যৱস্থা
  • ২০ মিনিটৰ অন্তৰে অন্তৰে উপলব্ধ হ’ব ফেৰী সেৱা
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই সেৱা
  • কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
  • ৮ম শ্ৰেণী উত্তীৰ্ণই কাৰিকৰী শিক্ষা ল’লে সুবিধা
  • তেনে শিক্ষাৰ্থীয়ে পাব HSLC উত্তীৰ্ণৰ মৰ্যাদা
  • দশম উত্তীৰ্ণই পাব HSৰ উত্তীৰ্ণৰ মৰ্যাদা
  • বৰছলাত ৫০ মেগাৱাট ছ’লাৰ পাৰ্ক স্থাপনৰ সিদ্ধান্ত
  • জোখ-মাপ বিভাগক খাদ্য আৰু যোগান বিভাগৰে চামিল
  • ৪৪ লাখ লোকৰ ঘৰত সংলগ্ন হ’ব স্মাৰ্ট মিটাৰ
  • ইয়াৰ বাবে প্ৰয়োজন হ’ব ৫ হাজাৰ টেকনিচিয়ানৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ নতুন চামগুৰি সত্ৰত ঐতিহ্যমণ্ডিত মুখা নিৰ্মাণত ব্যস্ত লণ্ডনৰ শিল্পী

মাজুলীৰ ঐতিহ্যমণ্ডিত মুখাশিল্পই পুনৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰিচয়। গুৰুজনাৰ...

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...