ভাৰতীয় নাগৰিকক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

ইউক্ৰেইনত পুনৰ যু্দ্ধৰ বিভীষিকা। পৰস্পৰৰ বিৰুদ্ধে পুনৰ টঙালি বান্ধিছে ৰাছিয়ান আৰু ইউক্ৰেইন সেনাই। যোৱা এপষেক ধৰি ইউক্ৰেইনৰ ৰাজধানী কীভসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু আত্মঘাতী দ্ৰোণেৰে আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়ান বাহিনীয়ে।

যিকোনো মুহূৰ্ততে যুদ্ধই ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰি ভাৰতীয় নাগৰিকসকলক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ দিছে কীভস্থিত ভাৰতীয় দূতাবাসে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-ম্যানমাৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ

ভাৰত-ম্যানমাৰ সীমান্তত ড্ৰাগছ বিৰোধী অভিযানত অৰুণাচল আৰক্ষীয়ে এক উল্লেখযোগ্য...

অপাৰেচন সিন্দূৰ: পেহেলগাম আক্ৰমণৰ পিছত ভাৰতৰ সাহসী প্ৰত্যুত্তৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ভাৰতে আৰম্ভ কৰিছিল...

USTMত মেডিকেল এডমিনিষ্ট্ৰেচনৰ সঞ্চালক হিচাপে যোগদান ডাঃ এ. চি. কটকীৰ

উত্তৰ-পূৱ ভাৰতৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা ক্ষেত্ৰত নতুন শক্তিৰ...

গীত পৰিৱেশন কৰি থাকোতেই কিয় খং উঠিল প্ৰিয়ংকা ভৰালীৰ?

মঞ্চত গীত পৰিৱেশন কৰি থাকোতেই খঙত অগ্নিশৰ্মা হৈ পৰিল...