নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলন

  • নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধত অব্যাহত ভূমিস্খলন
  • এইবাৰ নদীবান্ধৰ লেফট্ বেংকত ভয়ংকৰ ভূমিস্খলন
  • নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ সোঁতে লৈছে ভয়ংকৰ ৰূপ
  • খহি পৰিছে খনভংগুৰ পাহাৰৰ বৃহৎ অংশ
  • নদীবান্ধৰ গাৰ্ডৱালতো মেলিছে বৃহৎ ফাট
  • কিছুদিন পূৰ্বে গাৰ্ডৱাল ভাঙি নদীবান্ধৰ পাৱাৰ হাউছ বুৰাই পেলাইছিল
  • পাহাৰ খহি বন্ধ হৈ পৰিছিল দুটা ডাইভাৰচ’নেল টানেল
  • প্ৰকৃতিৰ ৰুদ্ৰৰূপত ত্ৰস্তমান NHPCৰ কাম বন্ধ কৰি স্থানান্তৰ কৰিছিল শ্ৰমিক
  • বিশেষজ্ঞৰ ভৱিষ্যৎবাণী ৰাইজৰ আংশকাক বাৰে বাৰে সত্য প্ৰমাণিত হৈছে গেৰুকামুখত
  • তথাপি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে আঁকোৰগোঁজ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...