উত্তৰাখণ্ডৰ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী

  • উত্তৰাখণ্ডৰ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী
  • দ্বীপশিখা হাজৰিকা নামৰ পৰ্বতাৰোহীগৰাকী সন্ধানহীন
  • দ্বীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীত
  • বৰ্তমানলৈকে উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু
  • বৰ্তমানেও সন্ধানহীন ১১জন পৰ্বতাৰোহী
  • পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে
  • উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন
  • প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী, ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতেই অঘটন
  • ভয়াৱহ হিমস্খলনত আবদ্ধ হৈ পৰে পৰ্বতাৰোহীৰ দলটো
  • ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত এই ভয়াৱহ হিমস্খলন
  • সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান
  • উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে সামৰিক বাহিনীও
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...