জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা উত্তৰ কোৰিয়াৰ

জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিলে উত্তৰ কোৰিয়াই। ৫ বছৰৰ পিছত জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই সম্পন্ন কৰা এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষাক লৈ শংকিত হৈ পৰে জাপানৰ লগতে কাষৰীয়া দেশসমূহো। উত্তৰ কোৰিয়াৰ এই উদ্ভত কাণ্ডৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও সতৰ্কতা জাৰি কৰা নাই সমগ্ৰ জাপানত। জাপানৰ ওপৰেৰে গৈ এই ক্ষেপণাস্ত্ৰই আঘাত কৰে প্ৰশান্ত মহাসাগৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...