PFIৰে জড়িত AIUDF নেতা ফৰহাদ আলীক গ্ৰেপ্তাৰ!

PFIৰ সৈতে সম্পৰ্ক ওলাইছে AIUDFৰ। আৰক্ষীৰ জালত PFIৰ নেতা ফাৰহাদ আলী আহমেদ। ধৃত ফাৰহাদ PFIৰ ৰাজ্যিক মিডিয়া তত্বাবধায়ক। AIUDFৰ বৰপেটা জিলাৰ সম্পাদকৰ দায়িত্বত আছে ফাৰহাদ আলী। বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত AIUDFৰ প্ৰাৰ্থী হৈছিল ফাৰহাদ।

২০ নম্বৰ মঠনগুৰি সমষ্টিত কৰিছিল প্ৰতিদ্বন্দ্বিতা। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI তথা AIUDF ৰ নেতা ফাৰহাদক। AIUDFৰ কেবাজনো বিধায়কেৰে ঘনিষ্ঠ সম্পৰ্ক আছিল ফাৰহাদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...