দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ!

  • পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (PFI)ৰ বিৰুদ্ধে দেশজুৰি অভিযান
  • দেশৰ বিভিন্ন স্থানত NIA আৰু EDৰ যৌথ অভিযান
  • PFIৰ বিৰুদ্ধে প্ৰথমটো তীব্ৰ অভিযান তদন্তকাৰীৰ সংস্থাৰ
  • দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ
  • উত্তৰ প্ৰদেশ, তেলেংগানা, কেৰালা, অন্ধ্ৰপ্ৰদেশত অভিযান
  • দিল্লী, মধ্যপ্ৰদেশ, অসমতো অভিযান চলিছে NIA-EDৰ
  • বিহাৰ, কৰ্ণাটকতো তীব্ৰতৰ অভিযান NIA-EDৰ
  • দেশৰ অতিকমেও ১০০ স্থানত PFIৰ বিৰুদ্ধে অভিযান
  • কেৰালাত PFIৰ সভাপতিক গ্ৰেপ্তাৰ NIAৰ
  • গুৱাহাটীৰ হাতীগাঁওস্থিত PFI কাৰ্যালয়ত NIAৰ অভিযান
  • ছয়গাঁও, নগৰবেৰাতো PFIৰ বিৰুদ্ধে বৃহৎ অভিযান
  • কামৰূপৰ নগৰবেৰাৰ পৰা ৪ PFI নেতাক গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হাফিজ ৰফিকুল ইছলাম, ৰবিউল হুছেইন
  • আব্দুৰ ৰেজ্জাক আৰু ইছলাম ভূঞাক গ্ৰেপ্তাৰ
  • PFI নেতা আমিনুল হককো গ্ৰেপ্তাৰ অভিযানকাৰী দলৰ
  • PFIৰ উত্তৰ-পূব আঞ্চলিক সম্পাদক আমিনুল হক
  • হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ PFIৰ উত্তৰ-পূব আঞ্চলিক সম্পাদকজনক
  • সোমবাৰৰ পৰাই ছেগা-চোৰাকাকৈ চলিছিল অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...