দিল্লীত সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিল গগৈয়ে

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰ
মুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলে
সাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়
থাওৰা-শিৱসাগৰৰ মাজত স্থাপন হ’ব মেডিকেল কলেজ
অসম ভৱনত মুখ্যমন্ত্ৰী-অখিলৰ বৈঠক

মুখ্যমন্ত্ৰী-অখিলৰ বৈঠকত স্থান পালে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰসংগও
থাওৰাৰ প্ৰস্তাৱিত মেডিকেল কলেজ স্থাপন হ’ব শিৱসাগৰ-থাওৰাৰ মাজত
প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয় উন্নীত হ’ব সাধাৰণ বিশ্ববিদ্যালয়লৈ
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে মুকলি কৰি দিব পুঁজি
ৰংঘৰত লাইট এণ্ড ছাউণ্ড ব্যৱস্থা প্ৰৱৰ্তনৰো প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...