কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ

  • কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ
  • কাছাৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ অভিযুক্তক
  • ভুৱা চাৰ্টিফিকেটেৰে অসম আৰক্ষীত কমাণ্ডো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২ যুৱক
  • পূৰ্বে কাছাৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২ যুৱকক
  • চাৰ্টিফিকেট জালিয়াতিত জড়িত আৰক্ষী, শিক্ষকসহ ৫ জনক গ্ৰেপ্তাৰ
  • ২ যুৱকৰ ভাষ্যৰ ভিত্তিত কাছাৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ শিক্ষক নাজিম উদ্দিন, অৱসৰপ্ৰাপ্ত আৰক্ষী প্ৰদীপ দেৱৰয়
  • গোবিন্দ হাজাম, উত্তম দে’, সুমিত মোহালিক গ্ৰেপ্তাৰ
  • অমিত কৰ্মকাৰ আৰু সূৰয কৰ্মকাৰক ভুৱা চাৰ্টিফিকেট বনাই দিয়াত সহযোগ কৰিছিল তেওঁলোকে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...