- আলফা(স্বাঃ)ত অসম আৰক্ষীৰ চোৰাংচোৱা
- আলফা(স্বাঃ)ৰ কেম্পত বন্দী অসম আৰক্ষীৰ চোৰাংচোৱা
- বাইহাটাৰ সঞ্জীৱ শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি
- যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত যোগদান কৰিছিল আলফা(স্বাঃ)ত
- জ্যেষ্ঠ ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ কৈছিল আৰক্ষীয়ে
- জ্যেষ্ঠ ভাতৃ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যু হৈছিল মণিপুৰ এম্বুশ্বত
- যোৰহাটৰ সেনা বিষয়া ধুনুমণি শইকীয়াৰ সহযোগত যোগদান আলফা(স্বাঃ)ত
- অভিযান সফল হ’লে সঞ্জীৱ শৰ্মাক ১ কোটি টকা দিয়াৰ প্ৰলোভন দিছিল পাৰ্থ সাৰথি মহন্তই
- আলফা(স্বাঃ)ৰ কেম্পত ধৰা পৰিলে মিছা কথা ক’বলৈ দিয়া হৈছিল সঞ্জীৱক
- ২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা কৰা হৈছিল
- আলফাৰ ক’ত,কিমান শিবিৰ আছে সেই বিষয়ে তথ্য ল’বলৈ দিয়া হৈছিল সঞ্জীৱক
- সঞ্জীৱ শৰ্মাক অসম আৰক্ষীয়ে দিছিল বিশেষ পাছৱৰ্ড
- পাছৱৰ্ডটো আছিল ৭৮৯৬
- এসপ্তাহ পূৰ্বে সেনাৰ সৈতে বৈঠকত বহিছিল সঞ্জীৱ শৰ্মা
- এবছৰ পূৰ্বৰে পৰা ঘৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছিল সঞ্জীৱ শৰ্মাৰ
- মাঘ বিহুৰ সময়ত ঘৰলৈ আহিছিল সঞ্জীৱ
- দুদিনমান ঘৰত থাকি পুনৰ নিখোজ হৈছিল সঞ্জীৱ