দিল্লীৰ পৰা অসমলৈ অহা ৩৯ বছৰীয়া লোকৰ দেহত ক’ভিড

নগাঁৱত পুনৰ ক’ভিডত আক্ৰান্ত এজন ব্যক্তি। নতুন দিল্লীৰ পৰা ঘূৰি অহা এগৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ সংক্ৰমণ। আক্ৰান্ত ব্যক্তিগৰাকীৰ নাম ৰঞ্জিত ডেকা। ৩৯ বছৰীয়া লোকজনক বৰ্তমান হোম আইচ’লেছনত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...