দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ ফ্লাইঅভাৰ; মুখ্যমন্ত্ৰীৰ ঘোষণা

★পৌৰ সভাৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত
★আমি ভাৰতীয়, জাতি-ধৰ্ম-ভাষাক লৈ বিভেদ কৰিব নালাগে
★দাস-কলিতা য’ত যাব জৈন আৰু আগৰৱালা তাত যাব
★বিহুক প্ৰত্যেক ঘৰলৈ লৈ যাব লাগে
★জুন-জুলাইৰ পৰা গুৱাহাটীবাসীয়ে খোৱাপানী লাভ কৰিব
★দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ নিৰ্মাণ হ’ব উৰণসেঁতু
★দুৰ্গাপূজাৰ পূৰ্বেই মুকলি হ’ব ফাঁচীবজাৰৰ বটানিকেল গাৰ্ডেন
★অপৰাধমুক্ত ড্ৰাগছমুক্ত হ’ব গুৱাহাটী
★মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে যিমান পাৰে কাম কৰি যাব
★অপৰাধী এতিয়া আৰক্ষীৰ হাতৰ পৰা সাৰি যাব নোৱাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...