যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক বিশেষ বঁটা প্ৰদান

অসামৰিক সেৱাৰ ক্ষেত্ৰত বিশেষ পাৰগৰ্শিতা দেখোৱাৰ বাবে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক প্ৰধানমন্ত্ৰীৰ পাৰদৰ্শিতা বঁটাৰ বাবে মনোনিত কৰিছে। উল্লেখযোগ্য যে, অশোক কুমাৰ বৰ্মন দৰং জিলাত উপায়ুক্ত হৈ থকা অৱস্থাত তেওঁ জিলাখনৰ প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা আঁচনি সফলতাৰে ৰূপায়ন কৰিছিল।

অশোক কুমাৰ বৰ্মনে আচনিখন সফলভাৱে ৰূপায়ন কৰি তোলাৰ পদক্ষেপ লোৱাৰ বাবে ২০১৯ চনৰ উত্তৰ-পূব আৰু পাহাৰীয়া জিলা শাখাৰ এই সন্মানৰ বাবে তেওঁক নিৰ্বাচন কৰা হয়। অহা এপ্ৰিল মাহৰ ২১ তাৰিখে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱসৰ দিনা তেওঁক এই সন্মান প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...