২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি! ২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে ই-মেইল প্ৰেৰণ কৰিছে অজ্ঞাত ব্যক্তিয়ে। ২০টা শ্লীপাৰ চেল সক্ৰিয় প্ৰধানমন্ত্ৰীক আক্ৰমণৰ বাবে! নেচনেল ইনভেষ্টিগেশ্যন এজেন্সী বা চমুকৈ NIAলৈ ই-মেইল অজ্ঞাত লোকৰ। ই-মেইলত উল্লেখ থকা মতে পৰিকল্পনা সম্পূৰ্ণ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ। ভাবুকি ভৰা ই-মেইলৰ পিছতেই তৎপৰ দেশৰ নিৰাপত্তা সংস্থা। ই-মেইল কৰা লোকৰ IP Address উদ্ধাৰৰ চেষ্টা চাইবাৰ সুৰক্ষা সংস্থাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...