কাজিৰঙালৈ আহিব অভিনেতা অক্ষয় কুমাৰ, এই কাৰণৰ বাবে আহিব কাজিৰঙালৈ

কাজিৰঙালৈ আহিব এইবাৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল ১ কোটি টকা।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই। টুইটাৰত আমন্ত্ৰণ জনোৱাৰ পাছতেই টুইটাৰত ৰিপ্লাই অক্ষয় কুমাৰৰ। শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰে অভিনেতা অক্ষয় কুমাৰ।

টুইটযোগে অভিনেতাগৰাকীৰ সঁহাৰি। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...