বাংলাদেশ সীমান্তত BSFৰ গাড়ী দুর্ঘটনাগ্ৰস্ত, নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰিল বিলত

হোলীৰ আনন্দৰ মাজত মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত BSFৰ বাহন দুর্ঘটনাগ্ৰস্ত। ঝাউডাঙ্গা BSF কেম্পৰ ওচৰত থকা এখন বিলত পৰিল বাহনখন। ইমানেই ভয়ংকৰ আছিল যে গাড়ীসহ দুয়োজন জোৱান বিলৰ তল সোমাই পৰে।

দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ অন্তত গাড়ীখন উদ্ধাৰ হয় যদিও BSF জোৱান দুজনক উদ্ধাৰ অভিযান চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...