হাইলাকান্দি পৌৰসভাৰ ৫ গৰাকী নৱ নিৰ্বাচিত নির্দলীয় প্ৰাৰ্থীৰ বিজেপিত যোগদান

সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত জয় লাভ কৰা হাইলাকান্দি পৌৰসভাৰ ৫ জনকৈ নির্দলীয় প্ৰাৰ্থীয়ে আজি ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰা নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীসকল হৈছে-হাইলাকান্দিৰ পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ মুন্না দেৱ, ৭ নং ৱাৰ্ডৰ শিল্পী দাস, ৯ নং ৱাৰ্ডৰ ৰাজু চক্ৰৱৰ্তী, ১২ নং ৱাৰ্ডৰ চম্পা সেনগুপ্তা আৰু ১৩ নং ৱাৰ্ডৰ সুৰ্পনা দাস।

বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত যোগদান কৰে ৫ জনকৈ নির্দলীয় প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে উক্ত যোগদানৰ পিছত হাইলাকান্দি পৌৰসভা ভাৰতীয় জনতা পাৰ্টিৰ দখলত অহাটো নিশ্চিত হ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...